গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা তলত পৰি মৃত্যুক সাৱতিলে এজন শ্ৰমিকে। শ্ৰমিকগৰাকীৰ নাম অবিনাশ দলে।

author-image
Asomiya Pratidin
New Update
গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন
  • গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন।
  • কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা তলত পৰি মৃত্যুক সাৱতিলে এজন শ্ৰমিকে।
  • শ্ৰমিকগৰাকীৰ নাম অবিনাশ দলে।
  • চেফটি বেল্ট খুলি পৰাৰ ফলত এই অঘটন।
  • মৃত শ্ৰমিকজনৰ ঘৰ গোগামুখৰ মিংমাঙত।
  • এতিয়ালৈকে এই জলবিদ্যুৎ প্ৰকল্পত ১৬জন লোকৰ মৃত্যু হৈছে।
  • এই বছৰৰ এপ্ৰিলৰ পৰা জলবিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰাৰ কথা আছে প্ৰকল্পটোত।
  • প্ৰকল্পটোৰ পাৱাৰ হাউচত কৰ্মৰত আছিল শ্ৰমিকজন।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প