গুৱাহাটী বিশ্ববিদ্যালয়ত অঘটন...

গুৱাহাটী বিশ্ববিদ্যালয়ত অঘটন, বিশ্ববিদ্যালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে বাছি ল’লে আত্মহননৰ পথ, কি কাৰণত তেওঁ আত্মহননৰ পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই...

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ
  • গুৱাহাটী বিশ্ববিদ্যালয়ত অঘটন।
  • বিশ্ববিদ্যালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে বাছি ল’লে আত্মহননৰ পথ।
  • চতুৰ্থবৰ্গৰ কৰ্মচাৰী জনৰ নাম মইনুল ইচলাম।
  • মইনুলৰ ঘৰ গাড়ীগাঁৱৰ বেজপাৰাত।
  • ফিক্স- পে’ত কৰ্তব্যৰত চতুৰ্থবৰ্গৰ কৰ্মচাৰী আছিল তেওঁ।
  • মঙলবাৰৰ পুৱা চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।
  • বিশ্ববিদ্যালয় চৌহদতে সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে। 
  • কি কাৰণত তেওঁ আত্মহননৰ পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Assam police gauhati university