/asomiyapratidin/media/media_files/2025/08/20/123-2025-08-20-08-06-25.jpg)
ডিজিটেল ডেস্ক : দেশত মহিলাৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন হৈ আছে যদিও নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ হ্ৰাস পোৱা নাই। ২০২০ চনৰ পৰা ২০২২ চনলৈ দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছিল প্ৰায় ১২.৪৫ লাখ অপৰাধ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মঙলবাৰে লোকসভাত এই তথ্য সদৰী কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ জুন মালিয়াই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী বি সঞ্জয় কুমাৰে এই কথা সংসদক জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us