কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদত কোন দলৰ, কোন প্ৰাৰ্থী, ক’ত জিকিল...

ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পৰ্ব এতিয়াও চলি আছে। অতি শেহতীয়াকৈ কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদৰ ফলাফল ঘোষণা কৰা হৈছে

author-image
Asomiya Pratidin
New Update
কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ

কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ

ডিজিটেল ডেস্ক : ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পৰ্ব এতিয়াও চলি আছে। অতি শেহতীয়াকৈ কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদৰ ফলাফল ঘোষণা কৰা হৈছে। সেয়েহে কোন দলৰ, কোন প্ৰাৰ্থী, ক’ত জিকিল তলত উল্লেখ কৰা হ’ল-

Advertisment

বিজেপি 

১ তাপাঙ বৰচাঙনত- নৃপেন্দ্ৰ চন্দ্ৰ দাস।
২ ডলু- বৰখলাত- কংকন নাৰায়ণ চিকাৰ।
৩ ৰংপুৰত- জোনাকী দাস।
৪ উদাৰবন্দত - ৰোহিত সিং।
৫ আৰকাটিপুৰত-  পুষ্পা ৰবিদাস।
৬ - চালগংগাত - দিপ্তী শুক্লবৈদ্য। 
৭ কাটিগৰা- লক্ষীপুৰত - প্ৰমিলা বৈষ্ণৱ।
৮ ধলাই - নৰছিংপুৰত - পম্পি নিথ চৌধুৰী। 
৯- আইৰংমাৰা,- সোনাচৰাত- ধৰ্মেন্দ্ৰ তিৱাৰী।
১০- শিলকুৰি- চাতলাত স্বৰস্বতী ৰবিদাস।
১১- গংগানগৰ- ৰুকনীত- মিহিৰ কান্তি ৰয়।
১২- কালীবাৰী- বিক্ৰমপুৰত - পম্পি দাস।
১৩- লক্ষীপুৰৰৰ বৰথল- হৰিনগৰত বিজেয়তা মাহাতো।
১৪- লক্ষীনগৰত- দিলখোজ সীমা দেৱ।
১৫-  বিন্নাকান্দিত - ভুবনহিল কিষান ৰিকিয়াছন।
১৬ দেৱান- পালেৰবন্দত - দেৱ জ্যোতি বাউৰী ।

কংগ্ৰেছ 

১ শিলচৰত- নুৰ ইছলাম বৰভুঞা।
২- শ্যামাচৰণপুৰ - ছেওৰাথলত - চালনা আখতাৰ লস্কৰ। 
৩- মহাদেবপুৰ- গুমৰাত - ত্ৰয়োবাসী দাস।
৪- দিদাৰখোছ - নগদিৰগ্ৰামত- ছাহিল আহমেদ লস্কৰ। 
৫ - শিবপুৰ- বাঁচকান্দিত- ৰুহিদা খানম লস্কৰ। 
৬- বাগপুৰ - সোণাবাৰীঘাটত- ৰুমি বেগম লস্কৰ।
৭- মোহনপুৰ- ছালচাপৰাত- নজৰানা বেগম মজূমদাৰ। 

নিৰ্দলীয়  

১ ভুবনেশ্বৰত- শ্ৰীকোণা- ফৰিদা পাৰবিন লস্কৰ।
২- কাপ্তানপুৰ - কাজিডহৰত- চুফিয়ান আহমেদ লস্কৰ।

Panchayat Election