New Update
/asomiyapratidin/media/media_files/2025/12/03/390-2025-12-03-11-09-01.jpg)
- অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠন।
- ৫,৮১৮ গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তিপত্ৰ।
- নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ ভিতৰত ১৫৬ গৰাকীক উপ পৰিদৰ্শক হিচাপে দিয়া হ‘ব নিযুক্তি।
- ৫,৪১০ গৰাকীক দিয়া হ’ব কনিষ্টবলৰ নিযুক্তিপত্ৰ।
- সৰুসজাইত উলহ মালহ পৰিৱেশ।
- ৰাজ্য চৰকাৰৰ ঘোষণা ২ লাখ নিযুক্তিৰ দিশত আগবাঢ়িছে চৰকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us