New Update
- মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ যুঁজ আকৰ্ষণীয় হৈ পৰিছে।
- মহাৰাষ্ট্ৰত এন ডি এ আৰু এম ভি এৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
- ১৩৮খন আসনত এন ডি এ প্ৰাৰ্থীৰ অগ্ৰগতি।
- ৮৫খন আসনত আগবাঢ়ি আছে এম ভি এ।
- ঝাৰখণ্ডত ৩৯ খন আসনত এন ডি এৰ অগ্ৰগতি।
- ৩২খন আসনত আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী।