New Update
/asomiyapratidin/media/media_files/2025/06/29/267-2025-06-29-12-44-52.jpg)
- লামডিঙত নিশা বনৰীয়া হাতী বিদ্যুৎস্পৃষ্ট।
- পূৱ লামডিং মূড়াবস্তিৰ ৫ নং ৱাৰ্ডত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো ৷
- গছৰ পৰা কঁঠাল খাবলৈ লওতেই বিদ্যুৎস্পৃষ্ট হয় বনৰীয়া হাতীটো ৷
- বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতীটো ৷
- ঘটনাৰ পাছতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ প্ৰতি অভিযোগ তুলিছে ৷
- খবৰ দিয়াৰ পিছতো বিদ্যুৎ বিভাগে পলমকৈ বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ ৷
- নিশাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ৷