New Update
/asomiyapratidin/media/media_files/2026/03/04/229-2026-03-04-23-13-36.jpg)
- অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ।
- প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰা ঘূৰাই বিচাৰিলে টিকট বিচাৰি দিয়া আবেদনৰ ধন।
- ৫০ হাজাৰ টকা আদায় দি আবেদন কৰিছিল লুইত কুমাৰ বৰ্মনে।
- জানিব পৰা মতে দিশপুৰ সমষ্টিৰ বাবে বৰ্মনে কংগ্ৰেছৰ পৰা বিচাৰিছিল টিকট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us