New Update
/asomiyapratidin/media/media_files/2025/08/01/karimganj-1-2025-08-01-23-19-48.jpg)
- ভাৰত-বাংলাদেশ সীমান্তৰ মোবাৰকপুৰ এলাকাত থকা BSF ৰ কেম্পৰ সমীপৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ফেনচিডাইল।
- শ্ৰীভূমি জিলাৰ এলংজুৰিত কবৰস্থানৰ পৰা BSF আৰু আৰক্ষীয়ে যৌথ অভিযানত গাত খান্দি উদ্ধাৰ কৰে ২৫০ বটল ফেনচিডাইল ।
- সীমান্তৱৰ্তী অঞ্চলৰ পৰা এইদৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ফেনচিডাইল উদ্ধাৰৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য।
- আৰক্ষী আৰু BSFৰ চকুত ধূলি দি বাংলাদেশলৈ চোৰাংভাৱে ফেনচিডাইলখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ।
- ফেনচিডাইলখিনি কোনে, ক'ৰ পৰা আমি এইদৰে ৰাখিছিল সেই সন্দৰ্ভত উদ্ধাৰ হোৱা নাই কোনো তথ্য।
- ঘটনা সন্দৰ্ভত শ্ৰীভূমিৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।