/asomiyapratidin/media/media_files/2025/11/07/146-2025-11-07-08-29-13.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত পুনৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। জয়পুৰ থানাৰ অন্তৰ্গত কামৰাংগা প্ৰথম খণ্ডত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন।
লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই ১৫৫ গ্ৰাম হেৰ'ইন জব্দ কৰে। ১০টা চাবোনৰ বাকচত অনা হৈছিল হেৰ'ইনখিনি।
হেৰ'ইনৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us