New Update
/asomiyapratidin/media/media_files/2025/11/04/126-2025-11-04-10-01-43.jpg)
- শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।
- চেণ্ট্ৰেল ৰোডৰ শংকৰী হোটেলত অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰে।
- হোটেলৰ কোঠাত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে।
- বাকচকেইটাৰ পৰা মুঠ ১৬০ গ্ৰাম হেৰ'ইন জব্দ কৰে।
- এই সংক্ৰান্তত দুগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us