কোৰোনা নহয়! এইবাৰ আহিছে জিকা ভাইৰাছ…

কোৰোনা নহয়! এইবাৰ আহিছে জিকা ভাইৰাছ…
  • মহাৰাষ্ট্ৰত জিকা ভাইৰাছ (Zika Virus)ৰ আতংক বৃদ্ধি পাইছে।
  • পুনেত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছত প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰা হৈছে।
  • ৭৯খন গাঁৱত জিকা ভাইৰাছৰ বিপদৰ আশংকা প্ৰকাশ কৰিছে।
  • জিকা ভাইৰাছৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এতিয়াৰে পৰা সজাগ হৈ পৰিছে।
  • উল্লেখযোগ্য যে পুনেৰ বেলছৰ গাঁৱত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰিছে।
  • জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছত পুনেৰ স্বাস্থ্য বিভাগে প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছে।
  • এই বৈঠকত সকলো গাঁও পঞ্চায়ত আৰু স্থানীয় প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে।
  • স্বাস্থ্য বিভাগৰ মতে, পুনেৰ ৭৯খন গাঁৱত জিকা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in