ৰাজ্যৰ ৬গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক...

ৰাজ্যৰ ৬গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক...

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ ৬গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৬গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক। এই তালিকাত আছে আই জি পি পাৰ্থ সাৰথি মহন্তৰ লগতে আন ৫গৰাকী এছ টি এফ বিষয়া-জোৱানো।

Advertisment

এছ এছ পি কল্যাণ পাঠক, এ এছ সুব্ৰত কুমাৰ সেন, পৰিদৰ্শক অমৃত কুমাৰ সিংহ, লেন্স নায়ক হেমন্ত কছাৰী, কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈও আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক।

উল্লেখ কৰা প্ৰয়োজন যে, গুৰুতৰ অপৰাধ সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে এই স্বীকৃতি আগবঢ়োৱা গৈছে এই ৬গৰাকী অসম আৰক্ষীৰ বিষয়া-জোৱানলৈ।

পাৰ্থ সাৰথি মহন্ত