কাছাৰৰ হৰিনগৰ ছত্রদয়াল গাঁৱত হত্যাকাণ্ড

কাছাৰৰ হৰিনগৰ ছত্রদয়াল গাঁৱত হত্যাকাণ্ড
  • কাছাৰৰ হৰিনগৰ ছত্রদয়াল গাঁৱত হত্যাকাণ্ড

  • স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক

  • নিহত মহিলাগৰাকীৰ নাম মঞ্জু বেগম

  • হত্যাকাৰী স্বামী আলম হুছেইন বৰ্তমান পলাতক

  • ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে

  • আলম হুছেইনৰ বিৰুদ্ধে মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in