/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/baddd238-e025-4da6-a297-9e76ac3f0e82/download.jpg)
-
কাছাৰৰ হৰিনগৰ ছত্রদয়াল গাঁৱত হত্যাকাণ্ড
-
স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক
-
নিহত মহিলাগৰাকীৰ নাম মঞ্জু বেগম
-
হত্যাকাৰী স্বামী আলম হুছেইন বৰ্তমান পলাতক
-
ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে
-
আলম হুছেইনৰ বিৰুদ্ধে মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল