পৰ্বতঝোৰাত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা, শতাধিক ভক্তৰ অংশগ্ৰহণ

আজিৰে পৰা আৰম্ভ হৈছে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পৰ্বতঝোৰাতো উলহ-মালহৰে উলিওৱা হৈছে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা।

author-image
Asomiya Pratidin
New Update
jhjhbj

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ আজিৰে পৰা আৰম্ভ হৈছে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পৰ্বতঝোৰাতো উলহ-মালহৰে উলিওৱা হৈছে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা।

Advertisment

পোনেআনি মহিলা গোটৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা মহোৎসৱ উদযাপন কৰা হৈছে। আঠানি জগন্নাথ মন্দিৰৰ পৰা শক্তিপীঠ মা মহামায়া মন্দিৰলৈকে উলিওৱা হয় এক বিশাল জগন্নাথ ৰথযাত্ৰা। এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰে শতাধিক ভক্তই।

পৰ্বতঝোৰা জগন্নাথ জগন্নাথ মন্দিৰ