New Update
/asomiyapratidin/media/media_files/2025/02/03/lozzhLVhk5A8mZALppcE.jpg)
লামডিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ
- লামডিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ ৷
- আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷
- অভিযানত আৰক্ষীয়ে নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷
- আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি ৷
- WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।
- ইয়াৰ উপৰি আৰক্ষীয়ে ৪৯,২৪৭টা SPS Plus টেবলেট জব্দ কৰে ৷