প্ৰথম ৩টা স্থান দখল কৰা কোনে পালে কিমান নম্বৰ?

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা অমিশী শইকীয়াই লাভ কৰিছে ৫৯১ নম্বৰ। যোৰহাটক প্ৰজ্ঞা একাডেমীৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী গৰাকীয়ে ৬০০ নম্বৰৰ ভিতৰত এই নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লাভ কৰা নম্বৰৰ শতাংশ হাৰ ৯৮.৫০%।

author-image
Asomiya Pratidin
New Update
 কোনে পালে কিমান নম্বৰ

কোনে পালে কিমান নম্বৰ

ডিজিটেল ডেস্ক: এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা অমিশী শইকীয়াই লাভ কৰিছে ৫৯১ নম্বৰ। যোৰহাটক প্ৰজ্ঞা একাডেমীৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী গৰাকীয়ে ৬০০ নম্বৰৰ ভিতৰত এই নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লাভ কৰা নম্বৰৰ শতাংশ হাৰ ৯৮.৫০%।

আনহাতে, দ্বিতীয় স্থান লাভ কৰা সপ্তৰ্শ্ব বৰদলৈ অসম জাতীয় বিদ্যালয় নুনমাটিৰ ছাত্ৰ। তেওঁ মুঠ ৫৯০ নম্বৰ লাভ কৰিছে। ছাত্ৰগৰাকীয়ে লাভ কৰা নম্বৰৰ শতকৰা হাৰ ৯৮.৩৩%  

ইফালে, প্ৰজ্ঞা একাডেমীৰে আন এগৰাকী ছাত্ৰ অনিৰ্বাণ বৰ্মনে ৬০০ নম্বৰৰ ভিতৰত ৫৮৯% নম্বক লাভ কৰিছে। তেওঁ লাভ কৰা নম্বৰৰ শতকৰা হাৰ ৯৮.১৭% 

হাইস্কুল শিক্ষান্ত পৰীক্ষা