New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- নিশাৰ পৰিৰ্ৱতে দিনতে ঘোষণা কৰাা হ'ব মেট্ৰিকৰ ফলাফল।
- পৰীক্ষামূলকভাৱে লৈছিল মাজনিশা ফলাফল ঘোষণাৰ সিদ্ধান্ত।
- অসুবিধাৰ উমান পোৱাৰ পাছতে সলনি কৰিলে এই সিদ্ধান্ত।
- ১৫ ৰ পৰা ২০ মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল।
- ৭ এপ্ৰিলত সম্ভৱ হ'ব পৰীক্ষা বহী মূল্যায়নৰ কাম।
- দিনৰ ১ বজাৰ ভিতৰতে শিক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বীট।