New Update
/asomiyapratidin/media/media_files/2025/04/11/ySSpNhNV8nB57jqTKmaS.jpg)
হাইস্কুল শিক্ষান্ত পৰীক্ষা
- এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৪,২২,৭৩৭ গৰাকী
- ইয়াৰে ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৭৫২ গৰাকী, ছাত্ৰী ২,৩৪,৯৮৫ গৰাকী
- এইবাৰৰ ফলাফলত প্ৰথম বিভাগ লাভ কৰিছে ৮৯,০৪১ গৰাকীয়ে
- ইয়াৰে ডিচটিংচন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে
- ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে
- লেটাৰ নম্বৰ লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে
- এইবাৰ দ্বিতীয় বিভাগ লাভ কৰিছে ১,৩৫,৫৬৮ গৰাকীয়ে
- তৃতীয় বিভাগ লাভ কৰিছে ৪৫,৮৬২ গৰাকীয়ে
- এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত শিৱসাগৰ
- জিলা খনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ
- দ্বিতীয় স্থানত ৮১.১০ শতাংশৰে জিলিকিছে ডিব্ৰুগড় জিলা
- ৮০.৬১ শতাংশ হাৰেৰে তৃতীয় স্থানত ধেমাজি জিলা
- আনহাতে ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্নত শ্ৰীভূমি জিলা
- শ্ৰীভূমি জিলাত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ