কোনে কৰিলে হত্যা? ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্ণিত উত্তপ্ত পৰিস্থিতি

২ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰ জন। উঃমাঃ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। শেষৰটো পৰীক্ষা দিয়াৰ পূৰ্বে নিৰুদিষ্ট হৈছিল নুৰজাফৰ। ঘটনাৰ পাছতে বৰ্ণিত উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী, অগ্নি নিৰ্বাক বাহিনীৰ গাড়ী।

author-image
Asomiya Pratidin
New Update
নিৰুদিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

নিৰুদিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

  • হাজোত নিৰুদিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
  • মুকালমুৱাৰ চুঙৰবড়ীত উদ্ধাৰ বৰ্ণিৰ নুৰজাফৰ আলী (চিন্তু)
  • ছাদ্দাম হুছেইন নামৰ এজন লোকে হত্যা কৰি পুতি থোৱাৰ অভিযোগ
  • উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্ত চাদ্দাম হুছেইনৰ বাসগৃহ
  • অভিযুক্ত ছাদ্দাম হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ মৃতদেহটো
  • সম্প্ৰতি আৰক্ষীৰ জালত অভিযুক্ত ছাদ্দাম
  • ২ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰ জন
  • উঃমাঃ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন
  • শেষৰটো পৰীক্ষা দিয়াৰ পূৰ্বে নিৰুদিষ্ট হৈছিল নুৰজাফৰ
  • ঘটনাৰ পাছতে বৰ্ণিত উত্তপ্ত পৰিস্থিতি
  • ঘটনাস্থলীত আৰক্ষী, অগ্নি নিৰ্বাক বাহিনীৰ গাড়ী
deadbody found deadbody student deadbody recover Hajo Police