কি কি ৱেবচাইটত লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল...

এই বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩০,২৪২০গৰাকী ছাত্ৰ-ছাত্ৰী। এই বৰ্ষৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল ২লাখ ৩০হাজাৰ ৯১গৰাকী শিক্ষাৰ্থী।

author-image
Asomiya Pratidin
New Update
HS SSS

HS SSS Photograph: (HS SSS)

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। মুঠ ১২টা ৱেবচাইটত লাভ কৰিব এই ফলাফল। সেই ৱেবটাইট কেইটা হৈছে- 

Advertisment

তলৰ ১২টা ৱেবচাইটত মাৰ্কশ্বিটৰ সৈতে লাভ কৰিব পাৰিব ফলাফলঃ-

  1. AHSEC Official Website: ahsec.assam.gov.in

  2. Assam Result: assamresult.in

  3. Assam Job Alerts: assamjobalerts.com

  4. India Results: indiaresults.com

  5. Schools9: schools9.com

  6. Shiksha Results: results.shiksha

  7. iResults (I): iresults.in

  8. iResults (Net): iresults.net

  9. Vidya Vision: vidyavision.com

  10. Jagran Josh: jagranjosh.com

  11. NDTV Education: ndtv.com

  12. The Indian Express: indianexpress.com

  • এই বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩০,২৪২০গৰাকী ছাত্ৰ-ছাত্ৰী। এই বৰ্ষৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল ২লাখ ৩০হাজাৰ ৯১গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত ৫৭হাজাৰ ৭২৪গৰাকী আৰু বাণিজ্য শাখাত ১৭হাজাৰ ৮৬৯গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱৰ্তীণ হৈছে।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ