HS RESULTS 2024: উত্তীৰ্ণৰ হাৰত শীৰ্ষত কোন কোন জিলা...

HS RESULTS 2024: উত্তীৰ্ণৰ হাৰত শীৰ্ষত কোন কোন জিলা...

author-image
Asomiya Pratidin
New Update
HS RESULTS 2024: উত্তীৰ্ণ হাৰত নিম্ন স্থানত কোন কোন জিলা...

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে। উৰ্ত্তীণৰ হাৰত কলা শাখাত শীৰ্ষ স্থানত আছে বাক্সা জিলা। জিলাখনত কলা শাখাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ হাৰ ৯৭.৪৪শতাংশ।

উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰত শীৰ্ষত তামুলপুৰ জিলা। তামুলপুৰত উৰ্ত্তীণৰ হাৰ ৯৭.৯৮শতাংশ। জিলাখত মুঠ ৪৯৪গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৪৮৪গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত শীৰ্ষত শিৱসাগৰ জিলা। শিৱসাগৰত উত্তীৰ্ণৰ হাৰ ৯৭.৪২শতাংশ। জিলাখনত মুঠ ৩৮৮গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৩৭৮গৰাকী উত্তীৰ্ণ হৈছে।

উৰ্ত্তীণ