/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9325ad01-fe12-46b8-8318-72662c39678c/b312146a_1b0d_11ec_aac4_f7ba3fdff91f_1632250933677_1654160330290.avif)
-
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।
-
৯বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব ফলাফল।
-
একাংশ সংবাদমাধ্যমে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ঘোষণা কৰিলে ফলাফলৰ তথ্য।
-
পূৰ্বেও এনে কাৰ্যক লৈ হৈছিল সমালোচনা।
-
এনে কাৰ্যক লৈ প্ৰতিক্ৰিয়া সচেতন মহলৰ।
-
অসমীয়া প্ৰতিদিন ডিজিটেলে ৯বজাৰ লগে লগে প্ৰকাশ কৰিব ফলাফল সম্পৰ্কীয় সকলো বাতৰি।