/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3f60e6b3-8aaf-422f-8521-4f623b32afae/AP_FOR_WEB_RESULTS.jpg)
ডিজিটেল ডেস্কঃ ঘোষণা হল ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল সমূহ এনেধৰণৰ-
কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.১৮শতাংশ
-
মুঠ ২০০৪৯৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৮৮০৬গৰাকী উৰ্ত্তীণ
-
৪০৪৯৯গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
-
৬৫৫৩২গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
-
৭২৭৭৫গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.৮৮শতাংশ
-
মুঠ ৫৪৪৬০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৮৯৫৩গৰাকী উৰ্ত্তীণ
-
২৩৫৫২গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
-
১৭৩৩৯গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
-
৮০৬২গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৮০শতাংশ
-
মুঠ ১৭,৩০৭গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫১৯৬গৰাকী উৰ্ত্তীণ
-
৫৯১৫গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
-
৬০৮৭গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
-
৩১৯৪গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ