New Update
/asomiyapratidin/media/media_files/2025/04/29/nBo26BUyr7j6m7VQkMKU.jpg)
কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
- কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
- সামাজিক মাধ্যমযোগে ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
- কলা, বাণিজ্য, বিজ্ঞান, ভকেচনেল শাখাৰ ফলাফল কৰা হ’ব ঘোষণা
- পুৱা ৯:০০ বজাত ঘোষণা কৰা হ’ব ফলাফল
- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে আজি প্ৰকাশ কৰিব জাননী
- উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us