Advertisment

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা...

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা। ৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা। ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে।

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা Photograph: (উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা)

  • উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা।
  • ৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।
  • ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে।
  • শিক্ষাৰ্থীসকলে অনলাইনযোগে প্র-পত্র পূৰণ কৰিব লাগিব।
  • ২২ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ পুনৰ প্রপত্র পূৰণ কৰিব পাৰিব।
অসম