সাময়িকভাৱে বাতিল একাদশ শ্রেণীৰ পৰীক্ষা

একাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত। বাৰে বাৰে প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতে ASSEBৰ এই সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...
  • একাদশ শ্রেণীৰ পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা
  • বাৰম্বাৰ প্রশ্নকাকত ফাদিলৰ পিছতে তৎ‍পৰ শিক্ষা পৰিষদ
  • ২৪ পৰা ২৯ মাৰ্চলৈ হ’ব লগা পৰীক্ষা সাময়িকভাৱে বাতিল
  • ২৪ মাৰ্চত অনুষ্ঠিত হ’ব শিক্ষা পৰিষদৰ বৈঠক
  • এই বৈঠকতে পৰীক্ষা সন্দৰ্ভত গ্রহণ কৰা হ’ব পৰৱৰ্তী সিদ্ধান্ত
  • অসম ৰাজ্যিক বিদ্যালয় পৰিষদে জাৰি কৰিছে এই নিৰ্দেশনা
উচ্চ মাধ্যমিক