/asomiyapratidin/media/media_files/2025/01/02/UZHmPT3HO8H5fEAl2y4G.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বছৰৰ প্ৰথম দিনটোত কামপুৰৰ পুঠিমাৰীত অনুষ্ঠিত হয় ঘোঁৰা মেলা ৷ বিগত ৬৮ বছৰে মৰিসুঁতি ৰাইজে উদযাপন কৰি আহিছে এই মেলা ৷ জনবিস্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয় ৷
যাৰ বাবে নৱবৰ্ষত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে ৷ বিগত ৬৮বছৰে প্ৰচাৰ অবিহনেই চলি আহিছিল মেলা খন ৷ চৰকাৰৰ দৃষ্টি নপৰা এই মেলাখনৰ বাবে উদযাপন সমিতিয়ে বিচাৰিছে চৰকাৰৰ সহযোগিতা ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us