New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- ঈদৰ আনন্দ -উল্লাহৰ মাজতেই পৰ্বতঝোৰাৰ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ১৭নং ৰাষ্ট্রীয় ঘাইপথত তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধা।
- সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ আহত বৃদ্ধাগৰাকীক।
- দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ AS-01-FJ-7263।
- দুৰ্ঘটনাস্থলীত পৰ্বতঝোৰা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us