প্ৰতিদিন টাইমৰ সাংবাদিক নয়নমনি বৰাৰ ঘৰত ভয়ংকৰ কাণ্ড

প্ৰতিদিন টাইমৰ চামগুৰিৰ সাংবাদিক নয়নমনি বৰাৰ ঘৰত ভয়ংকৰ কাণ্ড। পুৰণিগুদামৰ জলাহগাঁৱস্থিত বৰাৰ গোহালি ঘৰত অগ্নিসংযোগ কৰিলে দুষ্ট চক্ৰই।

author-image
Asomiya Pratidin
New Update
172
  • প্ৰতিদিন টাইমৰ চামগুৰিৰ সাংবাদিক নয়নমনি বৰাৰ ঘৰত ভয়ংকৰ কাণ্ড।
  • পুৰণিগুদামৰ জলাহগাঁৱস্থিত বৰাৰ গোহালি ঘৰত অগ্নিসংযোগ কৰিলে দুষ্ট চক্ৰই।
  • আনহাতে বটলত পেট্ৰ'ল ভৰাই জ্বলাই পেলাই থৈ যায় চোতালত।
  • যি ঘটনাক‌ লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক তথা পৰিয়ালটোৱে।
  • নিশায়ে ঘটনাস্থলীত উপস্থিত হৈছে পুৰণিগুদাম আৰক্ষী।
  • ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।
প্ৰতিদিন টাইম