/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
hojai
-
হোজাই আৰক্ষীৰ জালত ব্রাউন ছুগাৰসহ দুই সৰবৰাহকাৰী।
-
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আমান খান আৰু বচিৰ আহমেদক।
-
চহৰৰ মাজমজিয়াৰ আমান খানৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান।
-
জব্দ ১০টা কণ্টেইনাৰ, ১১ গ্রাম ব্রাউন ছুগাৰৰ এটা পেকেট।
-
ব্রাউন ছুগাৰখিনিৰ মূল্য আনুমানিক প্ৰায় ২ লাখ।