হোজাইৰ মাজমজিয়াত আৰক্ষীৰ অভিযানঃ ড্ৰাগছসহ দুজনক আটক...

hojai
hojai
  • হোজাই আৰক্ষীৰ জালত ব্রাউন ছুগাৰসহ দুই সৰবৰাহকাৰী।

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আমান খান আৰু বচিৰ আহমেদক।

  • চহৰৰ মাজমজিয়াৰ আমান খানৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান।

  • জব্দ ১০টা কণ্টেইনাৰ, ১১ গ্রাম ব্রাউন ছুগাৰৰ এটা পেকেট।

  • ব্রাউন ছুগাৰখিনিৰ মূল্য আনুমানিক প্ৰায় ২ লাখ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in