হোজাই জিলা সমিতিৰ অৱস্থান ধৰ্মঘট

ঠিকাভিত্তিত নিযুক্তি পোৱা কৰ্মচাৰী সকলৰ ৬০ বছৰলৈ চাকৰি বৃদ্ধিৰ লগতে আ,অ,পি সুবিধা প্ৰদানৰ দাবী উত্থাপন।

author-image
Asomiya Pratidin
New Update
AP WEB 1 (7)

ডিজিটেল সংবাদ,লংকাঃ  হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰ আয়ুক্তৰ কাৰ্যালয়ত সদৌ অসম ঠিকাভিত্তি  গ্ৰামোন্নয়ন বিভাগৰ হোজাই জিলা সমিতিৰ অৱস্থান ধৰ্মঘট।

উল্লেখ্য যে ঠিকাভিত্তিত নিযুক্তি পোৱা কৰ্মচাৰী সকলৰ ৬০ বছৰলৈ চাকৰি বৃদ্ধিৰ লগতে আ,অ,পি সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰাও পৰিলক্ষিত হয়। 

আনফালে ১০ শতাংশ কমিছনৰ পোৱাৰ ব্যৱস্থাৰ কৰাৰ লগতে এছ,আৰ পদ্ধতি প্ৰয়োগ কৰা  আৰু অন্যান্য চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা সুবিধা সমুহ প্ৰদান কৰাৰ দাবীত হোজাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

হোজাই