দুলীয়াজানত গৰম সহ্য কৰিব নোৱাৰি এজনৰ মৃত্যু

প্রচণ্ড গৰমে দহিছে ৰাজ্য। দুলীয়াজানত গৰম সহ্য কৰিব নোৱাৰি এজনৰ মৃত্যু। দুলীয়াজানৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সমীপত এই ঘটনা। এটা জিৰণী চ’ৰাৰ পৰা উদ্ধাৰ মৃতদেহটো

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

দুলীয়াজানত গৰম সহ্য কৰিব নোৱাৰি এজনৰ মৃত্যু

  • প্রচণ্ড গৰমে দহিছে ৰাজ্য
  • দুলীয়াজানত গৰম সহ্য কৰিব নোৱাৰি এজনৰ মৃত্যু
  • দুলীয়াজানৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সমীপত এই ঘটনা
  • এটা জিৰণী চ’ৰাৰ পৰা উদ্ধাৰ মৃতদেহটো
  • এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজন
  • মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এএমচিএইচলৈ প্রেৰণ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু
দুলীয়াজান প্ৰচণ্ড গৰম গৰম