New Update
/asomiyapratidin/media/media_files/2026/03/05/image-11-2026-03-05-23-34-42.png)
- নিশা শিলচৰ-হাফলং ৰাষ্ট্রীয় ঘাইপথত হিট এণ্ড ৰানৰ ঘটনা।
- অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন স্কুটী আৰোহী।
- কাছাৰৰ হাতিচৰাৰ বনদুৰ্গা মন্দিৰৰ সন্মুখত এই দুৰ্ঘটনা।
- নিহত স্কুটী আৰোহীজন ৰংপুৰৰ বিপ্রজিৎ ৰায়।
- ভুল দিশৰ পৰা অহা এখন দ্রুতবেগী বাহনে মহটিয়াই নিয়ে বিপ্রজিতক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us