প্ৰিয় শিল্পী নোহোৱা হোৱাৰ দুখ! তৃতীয় গৰাকী জুবিন প্ৰেমীৰ মৃত্যু

আন এজন জুবিন প্ৰেমী শোক ম্ৰিয়মান হৈ মৃত্যু হোৱাৰ খবৰ আহিছে। মাণিকপুৰৰ ১নং নোৱাৰপাৰা এই ৩২বছৰীয়া যুৱকজজনৰ নাম হীৰকজ্যোতি ৰায়। হীৰকে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ উভতি গৈ থাকোতেই

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
IKKD

ডিজিটেল ডেস্কঃ আন এজন জুবিন প্ৰেমী শোক ম্ৰিয়মান হৈ মৃত্যু হোৱাৰ খবৰ আহিছে। মাণিকপুৰৰ ১নং নোৱাৰপাৰা এই ৩২বছৰীয়া যুৱকজজনৰ নাম হীৰকজ্যোতি ৰায়। হীৰকে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ উভতি গৈ থাকোতেই পথ দুৰ্ঘটনাত পতিত হয়। 

এই পথ দুৰ্ঘটনাত মৃত্যু ঘটে হীৰকজ্যোতিৰ। এতিয়ালৈকে জুবিনৰ মৃত্যুৰ পাছত ৩জনকৈ অনুৰাগীৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে। প্ৰথমগৰাকী আছিল গোৰেশ্বৰৰ। দ্বিতীয় গৰাকী উত্তৰ গুৱাহাটীৰ আৰু তৃতীয় হৈছে মাণিকপুৰৰ ৩২বছৰীয়া হীৰকজ্যোতি।  

জুবিন গাৰ্গ