/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f6f8f9c5-d58c-4da7-9475-0acb0fbff42a/himanta_09.jpg)
HIMANTA BISWA SARMA
-
গৃহমন্ত্ৰী অমিত শ্বাহৰ ৩ দিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী আজি অন্ত পৰিল।
-
ইয়াৰ পিছতে হঠাৎ দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
-
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতেই দিল্লীলৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা।
-
পূৰ্বে নিৰ্ধাৰিত হৈ থকা সূচীৰ বাবেই দেৰগাঁৱৰ অনুষ্ঠানৰ পৰা বাহিৰে বাহিৰে দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী।
-
দিল্লীৰ পৰা মহাৰাষ্ট্ৰলৈ যোৱাৰ কথা ড০ শৰ্মাৰ।
-
সোমবাৰে দিল্লীৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ।