/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/67ff292d-6ded-4413-a03f-f90715da9c90/8.jpg)
-
কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
-
বান পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে ৩ দিনৰ কাৰণে ভিন্ন জিলাত বাহৰ পাতিব মন্ত্ৰীসকলে
-
বৃহস্পতিবাৰে মাজুলী আৰু শুকুৰবাৰে ডিব্ৰুগড়ৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে
-
অহা সপ্তাহত বৰাকৰ বান পৰিস্থিতিৰ বুজ ল'ব মন্ত্ৰীসভাৰ দলে
-
৩৭টা স্থানত কিডনী ডায়েলাইচিছ চেন্ট্রাৰ স্থাপনৰ অনুমোদন
-
২২খন জিলাত স্থাপন কৰা হ'ব ICU
-
পাবলিক প্রাইভেট পাটনাৰ্ছিপত কৰা হ’ব ICU
-
ৰোগীয়ে চৰকাৰী নিৰিখত দিলেই হ’ব মাচুল
-
কেন্সাৰ হাস্পতালৰে টাটা ট্রাষ্টৰ শেষ হোৱা বুজাবুজি ৫ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত
-
কোনো নিযুক্তি পৰীক্ষাৰ মাছুল দিব নালাগে SC-ST ৰ প্ৰাৰ্থীয়ে