New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/10e7be75-30b3-44c2-b99e-acf75dc66464/abahan.jpg)
ABAHAN
আবাহন থিয়েটাৰৰ নাট উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
গণেশগুৰীত পত্নীৰ সৈতে উপভোগ কৰিলে আবাহনৰ এই বৰ্ষৰ শ্ৰেষ্ঠ নাট লভিতা।
মুখ্যমন্ত্ৰী গৰাকীক এইদৰে দেখি হেতা-ওপৰা দৰ্শকৰ।
লভিতা নাটকৰ প্ৰতি নাট্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি।
প্ৰস্তুতি পৰাশৰৰ অনবদ্য অভিনয়ত প্ৰাণ পাই উঠিছে লভিতা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us