ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ঃ দৌৰ প্ৰতিযোগিতাত অসমৰ হিমা-অম্লান ফাইনেলত...

দুয়োগৰাকী প্ৰতিভাৱান তাৰকাই ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰিছে
HIMA-AMLAN
HIMA-AMLAN

ডিজিটেল ডেস্কঃ সম্প্ৰতি গুজৰাটত চলি আছে ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২। দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈৰ লগতে উজলি উঠিছে অসমক প্ৰতিনিধিত্ব কৰা ধিং এক্সপ্ৰেছ হিমা দাস আৰু অম্লান বৰগোহাঁই।

দুয়োগৰাকী প্ৰতিভাৱান তাৰকাই ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখ্য যে অম্লানে ১০.২৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অন্যহাতে হিমাই মহিলাৰ ১০০ মিটাৰ শাখাত ১১.৮১ ছেকেণ্ডত দ্বিতীয় হৈ ফাইনেলত প্ৰৱেশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in