New Update
/asomiyapratidin/media/media_files/2025/04/11/cVkzewkUINdEaMIljwNC.jpg)
- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হাৰত শীৰ্ষ জিলা শিৱসাগৰ
- জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ।
- উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা।
- ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ ৮১.১০ শতাংশ।
- ধেমাজি জিলা উত্তীৰ্ণৰ হাৰৰ তৃতীয় স্থানত আছে।
- জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।
- উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন শ্ৰীভূমি জিলা।
- জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।