পুনৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী...

পুনৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী...
  • বোকাজানত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন।

  • ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে ৫৭০ গ্ৰাম হেৰ'ইন।

  • ৫০টা প্লাষ্টিকৰ চাবোন বাকচত উদ্ধাৰ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য ১কোটি ১৫লাখ টকা বুলি জানিব পৰা গৈছে।

  • এ এছ ০১ আৰ টি ৮৮৩৯ নম্বৰৰ মাৰুটি ইক' বাহনত গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল হেৰ'ইনখিনি।

  • হেৰ'ইনসহ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰীটো মণিপুৰৰ সেনাপতি জিলাৰ প্ৰিন্স মাও।

পুনৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী...
আঞ্চলিকতাবাদ, অগপ আৰু থানেশ্বৰ বড়ো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in