New Update
/asomiyapratidin/media/media_files/2025/06/30/new-ap-web-3-2025-06-30-15-46-35.jpg)
- দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে সদৌ অসমীয়া ছাত্র সংস্থাৰ উদ্যোগ
- সম্পূৰ্ণ অনলাইন প্রক্রিয়াৰে হ’ব এই নামভৰ্তি
- CUETৰ SAMARTH প’ৰ্টেলৰ যোগেদি নামভৰ্তি প্রক্রিয়াৰ কাম আৰম্ভ
- গুৱাহাটীত জুলাই মাহৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব হেল্পডেক্স
- ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে নামভৰ্তি প্রক্রিয়াৰ বুজ ল’ব পাৰিব
- যিকোনো সমস্যাৰ বাবে সংস্থাই মুকলি কৰিছে ফোন নম্বৰ
- নম্বৰকেইটা- কৃষ্ণালী পাঠক- 7217626557
- হৃষিকেশ কলিতা-6001975150, মানস শৰ্মা-9678034909
- তুহিন বৰা-9954382011, উদ্দীপন দেৱ চৌধুৰী-8753927420
- নৈঋতা সঞ্জীৱনী-6901199908, জ্যোতিষ্মান দাস-7002670411
- আৱেদন, প্র-পত্র সম্বন্ধীয় সমস্যাৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰিব