বাক্সাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ বাহনত অগ্নি সংযোগ উত্তেজিত জনতাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত শ্যামকানু- সিদ্ধাৰ্থক লৈ যোৱাৰ পাছতে অধিক ক্ষোভিত হৈ পৰে জনতা।

author-image
Asomiya Pratidin
New Update
533
  • ধৃত শ্যামকানু মহন্ত- সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতে বাক্সাত উত্তপ্ত পৰিস্থিতি। 
  • উত্তেজিত ৰাইজৰ ওপৰত লাঠিচালনা আৰক্ষীৰ।
  • এনে পৰিস্থিতিত সাংবাদিক বনজিত কলিতা আহত।
  • তাৰোপৰি আৰক্ষীৰ বাহনলৈ শিল নিক্ষেপ উত্তপ্ত জনতাৰ।
  • জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছৰ প্ৰয়োগ।
  • দলঙৰ তলত সোমাই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰ্তব্যৰত আৰক্ষীৰ।
  • বাক্সা কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে এই পৰিৱেশৰ।
  • জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত শ্যামকানু- সিদ্ধাৰ্থক লৈ যোৱাৰ পাছতে অধিক ক্ষোভিত হৈ পৰে জনতা।
বাক্সা