গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী।

author-image
Asomiya Pratidin
New Update
image (36)
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী
  • মৃত যুৱতীগৰাকী ফটাশিল আমবাৰীৰ নিহা দাস বুলি চিনাক্ত
  •  নিয়ন্ত্রণ হেৰুৱাই এখন অল্ট' বাহনে খুন্দা মাৰে ডিভাইদাৰত
  • যুৱতীগৰাকী অল্ট’ বাহনত আছিল বুলি জানিব পৰা গৈছে
  • অল্ট'খনত আছিল ৩ গৰাকী যুৱক
  • ঘটনা সংঘটিত হোৱাৰ পাছতেই দুগৰাকী যুৱকে পলায়ন কৰে
  • গাড়ীখনৰ চলকজনক আটক কৰিছে আৰক্ষীয়ে

গুৱাহাটী