New Update
/asomiyapratidin/media/media_files/2025/05/28/xsxANvbfIgZF6j9tTa2G.jpg)
- দেশৰ ২১গৰাকী ন্যায়াধীশক বদলিত অনুমোদন উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ।
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৩গৰাকী ন্যায়াধীশৰ বদলিত অনুমোদন।
- ন্যায়াধীশ এল জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ বদলি।
- ন্যায়াধীশ মানস ৰঞ্জন পাঠকক ওড়িশা উচ্চ ন্যায়ালয়লৈ বদলি।
- ন্যায়াধীশ সুমন শ্যামক বম্বে উচ্চ ন্যায়ালয়লৈ বদলি।
- অনুৰূপ ধৰণে আন ১৮গৰাকী ন্যায়াধীশক আন ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ বদলি।