New Update
/asomiyapratidin/media/media_files/2025/02/19/AHBssYNWmk5XC6txolkc.jpg)
হিমন্ত বিশ্ব শৰ্মা
- মঙলবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিলে এক ডাঙৰ ঘোষণা।
- এ ডি আৰ ই পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিশেষ ঘোষণা।
- ২০২৫ৰ ৭মাৰ্চৰ পূৰ্বেই ঘোষণা কৰা হ'ব ADRE পৰীক্ষাৰ ফলাফল।
- সকলো পৰীক্ষাৰ্থীক আশ্বাস ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
- নিশা ফেচবুক লাইভত কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনক লৈও মন্তব্য মুখ্যমন্ত্ৰীৰ।
- সকলোৰে সহায়-সহযোগিতাৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীগৰাকীৰ।
- অসম লোকসেৱা আয়োগৰ দুৰ্নীতিক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখনৰ কথাও উল্লেখ কৰিলে তেওঁ।
- কংগ্ৰেছৰ দিনৰ প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি হৈছিল বুলি কয় ড০ শৰ্মাই।
- আজি যদি কংগ্ৰেছ দলৰ চৰকাৰ বা ৰাকেশ পালৰ দৰে মানুহ থাকিলেহেতেন ধনৰ লেনদেনতহে চাকৰি পালেহেতেন- মুখ্যমন্ত্ৰী