পৰীক্ষা বেয়া হোৱাৰ বাবেই এগৰাকী ছাত্ৰীৰ চৰম সিদ্ধান্ত!

হাজোৰ বৰদধিত চাঞ্চল্যকৰ ঘটনা। পৰীক্ষা বেয়া হোৱা বাবে চৰম সিদ্ধান্ত ল'লে এগৰাকী ছাত্ৰীয়ে। নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী পৰীক্ষাৰ্থীয়ে। হাজোৰ শংকৰদেৱ শিশু নিকেটনৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল ছাত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
hdhhd
  • হাজোৰ বৰদধিত চাঞ্চল্যকৰ ঘটনা।
  • পৰীক্ষা বেয়া হোৱা বাবে চৰম সিদ্ধান্ত ল'লে এগৰাকী ছাত্ৰীয়ে।
  • নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী পৰীক্ষাৰ্থীয়ে।
  • হাজোৰ শংকৰদেৱ শিশু নিকেটনৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল ছাত্ৰীগৰাকী।
  • এইবাৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত।
  • পৰীক্ষা বেয়া হোৱা বাবে আত্মহত্যা কৰাৰ সন্দেহ পৰিয়াল আৰু স্থানীয় ৰাইজৰ। 
হাজো