হাজোত ভয়ংকৰ ঘটনাঃ কেৰালাত পত্নীক বিক্ৰী কৰি স্বামী পালেহি ঘৰ...

হাজোত ভয়ংকৰ ঘটনাঃ কেৰালাত পত্নীক বিক্ৰী কৰি স্বামী পালেহি ঘৰ...

author-image
Asomiya Pratidin
New Update
হাজোত ভয়ংকৰ ঘটনাঃ কেৰালাত পত্নীক বিক্ৰী কৰি স্বামী পালেহি ঘৰ...

ডিজিটেল সংবাদ, হাজোঃ  কেৰালাত স্বামীয়ে বিক্ৰী কৰিলে নিজৰ পত্নীক।  নিজৰ পত্নীক কেৰালাত বিক্ৰী স্বামী ইক্ৰাম আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে। কেৰালাত পত্নীক বিক্ৰী কৰি ঘৰত গুচি আহিল স্বামী ইক্রাম আলীয়ে। সমুদাই ঘটনা শহুৰৰ পৰিয়ালে অৱগত কৰিব যোৱাত নৃশংস আক্ৰমণ ইকৰাম আলীৰ পৰিয়ালৰ।

Advertisment

এই আক্ৰমণত গুৰুতৰ ভাবে আহত চাৰিজন কৈ ইক্ৰামৰ শহুৰৰ পৰিয়ালৰ লোক। আহত চাৰিজন হৈছে-  ছানিদুল ইছলাম, ৰেকিবুল হক, আবেদ আলী, আৰু শাহু মেহেৰুণ নেচ্চা। গুৰুতৰ আহত সকলক GMCH ত উন্নত চিকিত্সা প্ৰদান। আনহাতে ইকৰাম আলীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে সাম্প্ৰতিক ৰামদিয়া আৰক্ষীত প্ৰদান কৰা হৈছে এজাহাৰ। নাৰীদেহ চক্ৰৰ বিৰুদ্ধে ৰামদিয়া আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়।

হাজো