New Update
/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
- হাজোৰ শনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা
- তীব্ৰবেগী বলে'ৰো মহতিয়ালে তিনি গৰাকী ছাত্ৰীক
- ঘটনাস্থলীতে নিহত দুগৰাকী ছাত্ৰীক
- আন এগৰাকীৰ অৱস্থা অতি সংকটজনক
- টিউচনলৈ গৈ থকা সময়তে গাড়ীয়ে মহতিয়ালে ছাত্ৰী তিনি গৰাকীক
- উত্তেজিত জনতাই জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন
- হাজো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই
- দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথটোৰে বন্ধ হৈ পৰে যান বাহনৰ চলাচল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us