হাতীগাঁও আৰক্ষীৰ জালত বৃহৎ প্রবঞ্চকৰ চক্র...

dangor kotha
dangor kotha
  • হাতীগাঁও আৰক্ষীৰ জালত পৰিল বৃহৎ প্রবঞ্চকৰ চক্র।

  • নিশাৰ অভিযানত বৰপেটাৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৪ প্রবঞ্চকক।

  • আটকাধীন প্ৰবঞ্চক কেইটা লটফাৰ ৰহমান, আমিনুল, হানিফুৰ আৰু ছাহিদুল।

  • প্ৰবঞ্চক কেইটাৰ পৰা জব্দ কৰা হৈছে উদ্ধাৰ ৮৮খন ATM কাৰ্ড।

  • ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে ৩ খন চাৰিচকীয়া বাহন।

  • এই প্ৰবঞ্চকৰ চক্ৰটোৱো দীৰ্ঘদিন ধৰি বিভিন্ন অঞ্চলত চলাই আছিল প্ৰবঞ্চনা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in